দৃঢ়দংশকদৃঢ়প্ৰতিজ্ঞ

দৃঢ়পদ (Assamese) [ Roman: drir.ho.po.do]
Contributed by: Partha P Sarmah on 2008-02-03
1. (Proper Adj.-Common) not likely to fall when walking on rough terrain; confident and unlikely to make mistake even in difficult situations পিচল বা জটিল পথতো সহজে খোপনি নেহেৰুওৱা; আত্মবিশ্বাসী আৰু দৃঢ় মনৰ, যি জটিল পৰিস্থিতিতো সহজে হাৰ নামানে বা যাৰ তেনে ক্ষেত্ৰটো ভুল কৰাৰ সম্ভাৱনা কম।
English: sure-footed,
Assamese: দৃঢ়পদ