দেখনদেখন্তা
দেখনিয়াৰ (Assamese) [ Roman: de.kho.niyar]
Contributed by: Abdul Wahab on 2008-06-17
English: pleasent, pleasing, pretty,
Assamese: চকু জুৰোৱা, চকু লগা, চকু ৰোৱা, চকুত পৰা, চকুত লগা, চালে চকু-ৰোৱা, দৃষ্টি-নন্দন, দেখনিয়াৰ, নয়ন জুৰোৱা, নয়নানন্দ,
Khasi: ba itynnad
দেখনিয়াৰ (Assamese) [ Roman: de.kho.niyar]
Contributed by: Abdul Wahab on 2008-06-17
1. (Verbal Adj.) lovely or pleasing to behold. যাক দেখিলে মনত আনন্দ লাগে।