দেশহিতৈষীদেশাচৰ

দেশাচাৰ (Assamese) [ Roman: de.xa.sar]
Contributed by: Anjali Sonowal on 2009-11-07
1. (Abstract Noun) The passing down of elements of a culture from generation to generation, especially by oral communication. এটা প্ৰজন্মৰ পৰা তাৰ পিচৰ প্ৰজন্মলৈ ক্ৰমাগতভাৱে হোৱা সাংস্কৃতিক উপাদান সমূহৰ প্ৰবাহ, বিশেষকৈ মুখে-মুখে হোৱা