দৈ মাৰ্দৈতাৰি

দৈ-পানী (Assamese) [ Roman: doi-pa.ni]
Contributed by: Partha P Sarmah on 2007-12-16
1. (Material Noun-Neuter) the watery part of milk left after curd has been removed; used as a cold drink. দৈৰ পানী অংশ, দৈ হোৱাৰ পাছত গাখীৰৰ ৰৈ যোৱা পানী অংশ৷ শীতল পানীয় ৰূপে ব্যৱহাৰ হয়৷
English: whey,
Assamese: দৈ-পানী,
Nepali: मठ्ठा, मोइ