দৰ্পীদৰ্ব
দৰ্পেৰে (Assamese) [ Roman: dor.pe.re]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
English: boastingly,
Assamese: অবলেপি, অবলেপে, অৱলেপি, অৱলেপে, গণ্ডপ্ মাৰি, গৰ্বেৰে, দৰ্পেৰে, বুকু ফিন্দাই
দৰ্পেৰে (Assamese) [ Roman: dor.pe.re]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-26
1. (Adverb) with excessive pride or vanity. অতিপাত গৰ্ব্ব বা অহংকাৰ কৰি।