ধোঁৱাখুলীয়াধোঁৱাবৰণীয়া

ধোঁৱাখোৱা (Assamese) [ Roman: dho`~.wa.kho`.wa]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-05-18
1. (Material Noun-Neuter) An oriental tobacco pipe with a long flexible tube connected to a container where the smoke is cooled by passing through water. এডাল দীঘল নলীযুক্ত ধঁপাত খোৱা এবিধ সঁজুলি, য`ত ধোঁৱা পানীৰ মাজেদি পাৰ কৰি চেঁচা কৰা হয়।