ধৰফৰণিধৰম

ধৰফৰা (Assamese) [ Roman: dhor.pho.ra]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-14
1. (Verb-Intran.) to twist the body about, or squirm, as in pain, violent effort, etc. খুব যন্ত্ৰণাত বাগৰা-বাগৰি বা চিঞৰ-বাখৰ কৰা বা বলেৰে হাত ভৰি আছাৰা ৷