ধৰ্মতাত্ত্বিকধৰ্মনাভ

ধৰ্মধ্বজপাল (Assamese) [ Roman: dhor.mo.dhwoj.pal]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-01-15
1. Historial(Proper Noun-Masculine) 8th king of Chutia kingdom of preset day Assam during 16th century. অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল৷ সাধনী এওঁৰ একমাত্ৰ জীয়েক আছিল৷ বহুত দিনৰ পিছত ৰজা ধৰ্মধ্বজপাল ওৰফে ধীৰনাৰায়ণৰ সাধকনাৰায়ণ নামৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়৷