নষ্ট-চন্দ্ৰনষ্টালজিয়া

নষ্টা (Assamese) [ Roman: nos.ta]
Contributed by: Biraj Kumar Kakati on 2008-09-07
1. (Common Noun-Feminine) woman who lives and have physical relationship with a man she is not married to, and has a lower social rank than wife এগৰাকী মহিলা যাৰ কোনো প্ৰভাৱশালী পুৰুষৰ লগত শাৰীৰিক সমন্ধ আছে, কিন্তু তেওঁৰ লগত বিবাহপাশত আৱদ্ধ নহয়৷ এনে মহীলাৰ সামাজিক মৰ্জদা নিম্ন৷