নাওমাননাওশাল

নাওশলীয়া (Assamese) [ Roman: nao`.xo.liya]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-02-17
Ref: চন্দ্ৰকান্ত অভিধান
1. (Common Noun-Masculine) a class of men who were employed in making boats or in the navy during the Ahom regime. নাওশালিত কাম কৰা বা নাও সজা মানুহ; আহোম ৰজাৰ দিনত এই কাম কৰা এটা খেলৰ নাম৷