নাট্যশাস্ত্ৰনাঠ

নাট্যশ্লেষ (Assamese) [ Roman: na.tyo.slex]
Contributed by: Partha P Sarmah on 2010-10-28
1. Drama(Abstract Noun) when the words and actions of a character in a play have different, rather contradictory meanings for the audience. The character mean or do something different from what they say. নাটকৰ চৰিত্ৰৰ কথা আৰু কামৰ দুতৰপীয়া, বিপৰীতমুখী আচৰণ৷ চৰিত্ৰৰ মুখৰ বচনে কেতিয়াবা আওপকীয়াকৈ দিয়া কথাৰ বিপৰীত আচৰণৰ আভাস৷ নাট্যশ্লেষে সংলাপক কৌতুকপূৰ্ণ কৰি তোলে৷