নাপাহৰানাপৰা নাপিত (Assamese) [ Roman: na.pit] 1. (Common Noun-Common &/or Masculine) One whose business is to cut hair and to shave or trim beards. লোকৰ চুলি-ডাড়ি কাটি জীৱিকা নিৰ্বাহ কৰা ব্যক্তি | English: barber, Assamese: কল্পক, কেশকাৰ, ক্ষুৰী, ক্ষৌৰক, ক্ষৌৰকাৰ, ক্ষৌৰিক, চণ্ডিল, চন্দ্ৰিক, নাপিত, নৰসুন্দৰ, প্ৰামাণিক, মুণ্ডক, মুণ্ডী, হাজাম, হাজামত, Bodo: खानाय सिनग्रा, नापित, Garo: kni ratgipa, napit, Nagamese: hazam, napit, Dimasa: nabdi, Hindi: नई