নামান্তৰনামাৱলী

নামাপৰাধ (Assamese) [ Roman: na.ma.po.radh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-19
Ref: চন্দ্ৰকান্ত অভিধান
1. Religious-Mythological(Abstract Noun) an offence against one`s god or religion বেদৰ নিন্দা, নামৰ নিন্দা, নাম-বিষয়ক কুতৰ্ক, নামৰ সময়ত পাপ-বুদ্ধি, আন ধৰ্ম্মানুষ্ঠানক নামৰ নিচিনা বুলি ভবা, নামত অশ্ৰদ্ধা, হেলা আৰু অমনোযোগ ইত্যাদি দহোটা অপৰাধ