নিঃসৰণনিঃসৰিত

নিঃসৰণীয় (Assamese) [ Roman: nih.xo.ro.ni.yo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-05
1. Biology(Verbal Adj.) relating to or performing secretion, i.e. the act or process of separating, elaborating, and releasing a substance নিঃসৰণ অৰ্থাৎ কোনো দ্ৰব্য বাহিৰ কৰা বা বাহিৰলৈ এৰি দিয়া কাৰ্য্য বা প্ৰক্ৰিয়াৰ সৈতে জড়িত