নিজান-জাননিজানন্দ

নিজান-ফাটক (Assamese) [ Roman: ni.jan-pha.tok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-15
1. (Verbal Noun) confinement of a prisoner in isolation from other prisoners. এজন বন্দীক আন সকলো বন্দীৰ পৰা নিলগাই বন্দি কৰি ৰখা কাৰ্য্য বা ব্যৱস্থা।