নিজৰাপাৰৰনিজৰো

নিজৰি-কাপ (Assamese) [ Roman: ni.jo.ri-kap]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-01
1. (Material Noun-Neuter) a pen with a refillable reservoir that provides a continuous supply of usually fluid ink to its point. শীৰ্ষ বিন্দুৱেদি অবিৰতভাৱে চিয়াঁহী ওলাই থকাকৈ ভিতৰত জুলীয়া চিয়াঁহী ভৰাই ৰাখিব পৰা এবিধ কলম।