নিটাল মাৰ্নিট্
নিটোল (Assamese) [ Roman: ni.to`l]
Contributed by: Biraj Kumar Kakati on 2008-06-26
English: handsome,
Assamese: অনিন্দ্যকান্তি, অনিন্দ্যসুন্দৰ, কন্দৰ্পকান্তি, কান্তিমান, চাৰুদৰ্শন, ঠৌগা, নিটোল, প্ৰিয়দৰ্শন, সুগঢ়ী, সুছন্দ, সুঠাম, সুদৰ্শন, সৌম্যকান্তি, সৌম্যদৰ্শন, ৰূপহ,
Bodo: समायना,
Khasi: ba sbun,
Hmar: pasal hmelthra,
Dimasa: mjangdao
নিটোল (Assamese) [ Roman: ni.to`l]
Contributed by: Biraj Kumar Kakati on 2008-06-26
1. (Proper Adj.-Masculine) good looking or attractive (refers to a man). দেখিবলৈ শুৱনি বা আকৰ্ষণীয় (পুৰুষৰ ক্ষেত্ৰত প্ৰযোজ্য)।