নিমখৰনিমগন

নিমগছ (Assamese) [ Roman: nim.go’s]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-24
1. Tree(Common Noun-Common) A tree of the mahogany bearing bitter pinnate leaves. Its extracts are used as a biopesticide. এজোপা ঔষধ হিচাপে ব্যৱহাৰ হোৱা গছ। পাতবোৰ তিতা। জৈৱ কীটনাশক হিচাপে ব্যৱহাৰ হয়।