নিৰ্বীজকৃতনিৰ্বীজন

নিৰ্বীজকৰণ (Assamese) [ Roman: nir.bij.ko.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-14
1. (Verbal Noun) The procedure of destroying all microorganisms in or on a given environment, such as a surgical instrument, in order to prevent the spread of infection. This is usually done by using heat, radiation, or chemical agents. তাপ, ৰাসায়নিক, বিকিৰণ অথবা আন তেনে কোনো প্ৰক্ৰিয়াৰে বেক্টেৰিয়া, ভেঁকুৰ আদিৰ দৰে বীজাণু ধ্বংস কৰা কাৰ্য্য ।