নিৰ্মদনিৰ্মম
নিৰ্মনুষ্য (Assamese) [ Roman: nir.mo.nu.xyo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-20
English: deserted, desolate, out-of-the-way,
Assamese: অহিন-কোণা, আওচৰীয়া, আওহতীয়া, ঘেঁকেট, ঘোঁকোট, জনপ্ৰাণীহীন, জনশূন্য, জনহীন, নিৰ্মনুষ্য
নিৰ্মনুষ্য (Assamese) [ Roman: nir.mo.nu.xyo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-10-20
1. (Proper Adj.-Neuter) a place that is empty and not attractive, with no people or nothing pleasant in it. কোনো মানুহ নথকা ঠাই৷