নীতিবিৰুদ্ধনীতিবৰ্হিভূত
নীতিবিৰুদ্ধভাৱে (Assamese) [ Roman: ni.ti.bi.rud.dho.bha.be]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-23
English: illegally, unlawfully,
Assamese: অনিবন্ধে, অন্যায়কৈ, অন্যায়পূৰ্ব্বক, অন্যায়ভাৱে, অন্যায়ৰূপে, অবৈধভাৱে, অযুগুতভাৱে, নীতিবিৰুদ্ধভাৱে, বিধি-নিষিদ্ধভাৱে, বিধিবৰ্হিভূতভাৱে, বে-আইনীভাৱে
নীতিবিৰুদ্ধভাৱে (Assamese) [ Roman: ni.ti.bi.rud.dho.bha.be]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-23
1. (Adverb) unlawfully, do something by breaking some law or rule