নৃপবৰনৃপমণি

নৃপবৰ্ষ্য (Assamese) [ Roman: nri.po.bor.xyo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
Ref: চন্দ্ৰকান্ত অভিধান
1. (Common Noun-Masculine) a term to address a great, powerful king or a superior person; a great,powerful (and popular) king or an emperor. কোনো জনপ্ৰিয়, পৰাক্ৰমী ৰজাক (বা কেতিয়াবা কোনো প্ৰতিপত্তিশালী লোকক) কৰা সন্মানজনক সম্বোধন; কোনো ডাঙৰ দেশৰ (জনপ্ৰিয়), পৰাক্ৰমী ৰজা৷