নৈৰাশ্যবাদনৈৰ্ঋত

নৈৰাশ্যবাদী (Assamese) [ Roman: noi.ra.syo.ba.di]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2013-08-29
1. (Proper Adj.-Common) pertaining to or characterized by pessimism, i.e. tendency to expect the worst and see the worst in all things সকলো কথাতে নিৰাশাজনক মনোভাৱ লোৱা, অৰ্থাৎ সকলো বিষয়ৰে বেয়া বা ঋণাত্মক দিশটোহে চকুত পৰা মনোভাৱ সম্পন্ন