নোৱাইনোৱাখালি

নোৱাই-তোলনি (Assamese) [ Roman: no’.wai-to’.lo.ni]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-03
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Verbal Noun) the ceremony of anointing a girl with unguents and bathing her on the seventh day after the first appearance of catamenia. ছোৱালী প্ৰথমে ঋতুমতী হোৱাৰ পৰা সাত দিনৰ মূৰত নোৱাই গা ধুওৱা কাৰ্য্য ৷