নৱত্বনৱধাতু

নৱদ্বাৰ (Assamese) [ Roman: no.bo.dwar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-18
Ref: চন্দ্ৰকান্ত অভিধান
1. (Material Noun-Neuter) the nine orifices (inlets or outlets) of the body, i.e. two each of eyes, ears, nostrils, one each of mouth, anus and penis or vagina শৰীৰৰ ন-খন দ্বাৰ বা বাট; যেনে-দুটা চকু, দুখন কাণ, নাকৰ বিন্ধা দুটা, মুখ, গুহ্য আৰু লিঙ্গ বা যোনি