পইমাল-চাবাপইৰা দি

পইৰা (Assamese) [ Roman: poi.ra]
Contributed by: Partha P Sarmah on 2011-02-02
1. (Material Noun-Neuter) the part of a mountain attached to the ground. পৰ্বতৰ গোৰালি-মাটিত লাগি থকা অংশ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-28
2. (Material Noun-Neuter) the lower, inclining edge of a road ৰাস্তাৰ দাঁতিৰ হেলনীয়া চাপৰ অংশ
Assamese: পইৰা