পক্ষেপকৰি

পকৰা (Assamese) [ Roman: po.ko.ra]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-23
1. (Common Noun-Neuter) শাক বা পাচলি (সৰুকৈ) কাটি বেচন বা পিঠাগুৰিত লেটিয়াই তেলত মচমচীয়াকৈ/ ৰঙচুৱাকৈ ভাজি খোৱা এবিধ মুখৰোচক খাদ্য৷ সাধাৰণতে পালেং, বাবৰি, ভেদাইলতা, নৰসিংহ আদি শাক, ফুলকবি, পিয়াঁজ আদি পাচলিৰ বৰ ভাজি খোৱা হয়৷
Assamese: পকৰা, বৰ