পঞ্চ-প্ৰয়াগপঞ্চগুণ

পঞ্চগব্য (Assamese) [ Roman: pon.so.go.byo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-26
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Abstract Noun) a collection of five articles derived from the cow, viz, milk, curd, ghee, cow`s urine and cow-dung, which is used as a purifier. গৰুৰ এৱাঁ গাখীৰ, দৈ, ঘিউ, গৰুমূত, গোবৰ একে-লগে গোটোৱা এই পাঁচ বস্তু৷ ই বৰ শুচিকাৰক বুলি জ্ঞান কৰা হয় ৷