পঞ্চদশীপঞ্চনৱতিতম

পঞ্চদেৱতা (Assamese) [ Roman: pon.so.de.bo.ta]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-26
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
1. (Abstract Noun) the five Gods, viz sun, Ganesh, Durga, Siva and Vishnu. সূৰ্য, গনেশ, দুৰ্গা, শিৱ আৰু বিষ্ণু এই পাঁচজন দেৱতা৷ সকলো হিন্দুৰ ক্ৰিয়াকাণ্ডৰ আগতে এই পাঁচজন দেৱতাক পূজা কৰিব লাগে৷