পঞ্চল্লিশপঞ্চশীল নীতি

পঞ্চশীল (Assamese) [ Roman: pon.so.xil]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-07-02
1. (Abstract Noun) Five principles that should be followed by Buddhist and Buddhist Monk. বৌদ্ধধৰ্মী লোক আৰু ভিক্ষুসকলে পালন কৰিবলগীয়া পাঁচটা নীতি৷ এই কেইটাৰ পৰা বিৰত থকাষ প্ৰাণী হত্যা, চৌৰ্য্য বৃত্তি, ব্যভিচাৰ, মিচা ভাষণ আৰু নিচা সেৱন৷
English: Panchasheel,
Assamese: পঞ্চশীল