পদ্মালয়াপদ্মাসনা

পদ্মাসন (Assamese) [ Roman: pod.ma.xon]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-04-19
1. (Abstract Noun) a mode of sitting with the thighs crossed as in a religious contemplation. বাঁও কৰঙণৰ ওপৰত সোঁ ভৰি আৰু সোঁ কৰঙণৰ ওপৰত বাঁও ভৰি থৈ কৰা আসন৷