পন্থুকপন্দ্ৰ

পন্দবস (Bangla)
1. (Proper Noun-Masculine) In the Hindu epic Mahābhārata, the Pandava brothers are the five acknowledged sons of Pandu by his two wives Kunti and Madri. Their names are Yudhishtira, Bhima, Arjuna, Nakula and Sahadeva. মহাভাৰতত উল্লেখিত কুৰু বংশৰসদস্য পাণ্ডুৰ পাঁচ পুট্ৰত্ৰ৷ এওঁলোক হৈছেঃ যুধিষ্ঠিৰ,ভীম,অৰ্জুন (এওঁলোকৰ মাক কুন্তী) নকুল আৰু সহদেৱ (এওঁলোকৰ মাক মাদ্ৰী) ৷ আচলতে তেওঁলোকৰ বাপেক একো একোজন দেৱতা যুধিষ্ঠিৰ (ধৰ্মৰাজ যম), ভীম(পৱনদেব), অৰ্জুন (ইন্দ্ৰ) আৰু নকুল আৰু সহদেৱ (অশ্বিনীদ্বয়)৷