পাছফালপাছমুৱা

পাছবুক (Assamese) [ Roman: pas.buk]
Contributed by: Partha P Sarmah on 2007-12-08
1. (Material Noun-Neuter) a small book issued by a bank/post-office etc. to its account holders where the datewise details of his/her transactions (amounts deposited and withdrawn, balance interest gained etc.) are recorded by its official/computer. বেংক,ডাকঘৰ আদিয়ে গ্ৰাহকক ধন জমা দিয়া, উলিওৱা, জমা থকা ধনৰ পৰিমাণ আদি তাৰিখ অনুযায়ী লিপিবদ্ধ কৰিবলৈ দিয়া এখন সৰু বহী৷ এই বহীত বেংক আদিৰ কৰ্মচাৰীয়েহে হিচাপ লিপিবদ্ধ কৰিব পাৰে৷ আজিকালি বেংকৰ কম্পিউটাৰে এই কাম কৰে৷
English: pass book,
Assamese: পাছবুক