পালিপালিচ

পালিকঠীয়া (Assamese) [ Roman: pa.li.ko.thi.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
1. (Material Noun-Neuter) rice seedlings plucked and kept with their roots steeped in water for three days before transplantation. ৰুবলৈ বুলি তিনি দিন আগেয়ে তোলা আৰু নতুনকৈ শিপা গজিবলৈ পানী বা বোকাত পেলাই থোৱা কঠীয়া বা ধানৰ পুলি