পাশৱিক মনোবৃত্তিপাষটি
পাশৱিকতা (Assamese) [ Roman: pa.xo.wi.ko.ta]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-06-03
English: brutality, cruelty, inhumanity, savagery,
Assamese: অমানুষিকতা, অমানৱীয়তা, ক্ৰুৰতা, দয়াহীনতা, নিষ্ঠুৰতা, নিষ্ঠুৰত্ব, নিৰ্দ্দয়তা, নিৰ্দয়তা, নিৰ্মমতা, নিৰ্ম্মমত্ব, নৃশংসতা, নৃশংসত্ব, পাশৱিকতা, মনুষ্যত্বহীনতা, মমতাহীনতা, হৃদয়হীনতা,
Bodo: अनगारि आखु
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-06-03
পাশৱিকতা (Assamese) [ Roman: pa.xo.wi.ko.ta]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-06-03
1. (Abstract Noun) The act of inflict pain or suffering মনুষ্যত্বৰ স্বাভাৱিক চৰিত্ৰৰ অভাৱজনিত অৱস্থা ৷
Assamese: অমানুষিকতা, অমানৱীয়তা, ক্ৰুৰতা, দয়াহীনতা, নিষ্ঠুৰতা, নিষ্ঠুৰত্ব, নিৰ্দ্দয়তা, নিৰ্দয়তা, নিৰ্মমতা, নিৰ্ম্মমত্ব, নৃশংসতা, নৃশংসত্ব, পাশৱিকতা, মনুষ্যত্বহীনতা, মমতাহীনতা, হৃদয়হীনতা,
Bodo: अनगारि आखु
Different POS:
a. Proper Adj.: abusive, atrocious, barbaric, barbarous, bestial...Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-06-03
2. (Abstract Noun) The deriving of pleasure, or the tendency to derive pleasure, from cruelty.The deriving of sexual gratification or the tendency to derive sexual gratification from inflicting pain or emotional abuse on others. অমানৱীয় ভাৱে কাৰোবাক শাৰিৰীক, মানসিক বা যৌন অত্যাচাৰ কৰি আসুৰিক আনন্দ লভা মনোবৃত্তি |