পাৰ্শ্বজ্যোতিপাৰ্শ্বীয়

পাৰ্শ্বনাথ (Assamese) [ Roman: par.swo.nath]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
1. Religious-Mythological(Proper Noun-Masculine) The twenty-third Tirthankara of Jainism. He is the earliest Jain leader for whom there is reasonable evidence of having been a historical figure প্ৰাচীন ধৰ্মগ্ৰন্থবোৰত জৈনধৰ্মক শ্ৰমণ ধৰ্ম বা নিৰ্গ্ৰন্থৰ ধৰ্মও বোলা হৈছিল৷ কথিত আছে, তীৰ্থঙ্কৰ নামে ২৪ জন মহাজ্ঞানী কৃচ্ছ্বসাধকৰ এটা দলে পৰ্যায়ক্ৰমে জৈনধৰ্মক পুনৰুদ্ধাৰ কৰিছিল৷ ইয়াৰ মাজত ত্ৰাবিংশ তীৰ্থঙ্কৰ আছিল পাৰ্শ্বনাথ ( খৃষ্টপূৰ্ব নৱম শতাব্দী) আৰু সৰ্বশেষ তীৰ্থঙ্কৰ আছিল মহাবীৰ (খৃষ্টপূৰ্ব ষষ্ঠ শতাব্দী)৷