পুংস্তৱক সমষ্টিপুইলৗ

পুংসৱন (Assamese) [ Roman: pung.xo.won]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-29
Ref: চন্দ্ৰকান্ত অভিধান
1. (Abstract Noun) a ceremony performed during a woman`s pregnancy wishing a male child. তিৰোতা গৰ্ভৱতী হ’লে ল’ৰা ওপজাৰ কামনাৰে কৰা সংস্কাৰ বা মাঙ্গলিক অনুষ্ঠান।