প্ৰগলভপ্ৰগলভা
প্ৰগলভতা (Assamese) [ Roman: pro.go.lo.bho.ta]
Contributed by: Biraj Kumar Kakati on 2008-06-29
English: bravery, fearlessness, heroism, intrepidity, valour,
Assamese: তেজস্বিতা, নিৰ্ভীকতা, প্ৰগলভতা, প্ৰতাপ, পৰাক্ৰম, বাহাদুৰি, বিক্ৰম, বিপোহো, বীৰত্ব, ভয়ৰাহিত্য, শৌৰ্য্য, শৌৰ্য্য-বীৰ্য্য, সাহসিকতা,
Bodo: गिनो रोङै साहस, गोख्रों साहस, जोहोलाव गोहो,
Garo: ka`donga
প্ৰগলভতা (Assamese) [ Roman: pro.go.lo.bho.ta]
Contributed by: Biraj Kumar Kakati on 2008-06-29
1. (Abstract Noun) the act of courage in a situation of war or crisis যুদ্ধ অথবা দুৰ্য্যোগৰ সময়ত সাহস দেখুওৱা কাৰ্য্য