প্ৰজাতান্ত্ৰিকপ্ৰজাতিবাদ

প্ৰজাতি (Assamese) [ Roman: pro.ja.ti]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-04
1. (Abstract Noun) A group of organisms capable of interbreeding and producing fertile offspring. একে ধৰণৰ প্ৰাণীৰ গোটসমূহ,যিয়ে নিজৰ মাজতে জৈৱিক মিলনৰ দ্বাৰা প্ৰজননক্ষম উত্তৰ পুৰুষ সৃষ্টি কৰিব পাৰে।
English: species,
Assamese: প্ৰজাতি,
Mising: abang