প্ৰতিছালিপ্ৰতিছোৱা

প্ৰতিছিৰাম (Assamese)
1. Biology(Common Noun-Neuter) blood serum containing antibodies against a specific antigen, used to treat or provide immunity to a disease কোনো বিশেষ কণাৰ বিৰুদ্ধে সৃষ্ট প্ৰতিকণা প্ৰচুৰ পৰিমাণে থকা তেজৰ চিৰাম বা জুলীয়া অংশ যাক ৰোগৰ চিকিৎসা বা ৰোগ-প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়