প্ৰতিস্থাপিতপ্ৰতিসৰিত

প্ৰতিসৰণ (Assamese) [ Roman: pro.ti.xo.ron]
Contributed by: Manash dutta on 2010-07-04
1. Physics(Abstract Noun) The phenomenon behind the bending of a wave, such as a light or sound wave, as it passes from one medium to another medium of different density. কোনো তৰঙ্গ (পোহৰ, শব্দ আদি) এটা মাধ্যমৰ পৰা আন এটা ভিন্ন ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰোঁতে গতিপথৰ সলনি হোৱা পৰিঘটনা ৷