প্ৰসাৰ্য্যতাপ্ৰসিত

প্ৰসাৰ্য্যমান (Assamese) [ Roman: pro.xar.jyo.man]
Contributed by: Rupankar Mahanta on 2008-03-19
1. (Proper Adj.) able to undergo change of form without breaking, especially that quality of certain metal such as gold because of which it can be hammered out thin or can be drawn into wire নভঙাকৈ ৰূপ সলনি কৰিব পৰা, বিশেষকৈ সোণৰ দৰে কিছুমান ধাতুৰ এনে গুণ, যাৰ কাৰণে ইহঁতক হাতুৰীয়ে মৰিয়াই চেপেটা কৰিব কা তাঁৰৰ দৰে ভাঁজ দিব পাৰি ৷