প্ৰয়াগপ্ৰয়াণ

প্ৰয়াগৰাজ (Assamese) [ Roman: pro.yag.raj]
Contributed by: Atul Ch. Kakoti on 2009-08-30
1. (Proper Noun-Neuter) Triveni Sangam is the confluence of three rivers Ganga, Yamuna and the Saraswati near Allahabad, India. A place of religious importance and the site for historic Kumbh Mela held every 12 years. It is believed that a dip at the sangam and expiate humans sins. এলাহবাদৰ ওচৰৰ এখন তীৰ্থস্থান৷ য’ত গঙ্গা, যমুনা আৰু স্বৰস্বতী(কাল্পনিক) নদীৰ মিলন হৈছে৷ ইয়াক ত্ৰিবেণী সঙ্গম বুলি কোৱা হয়৷ প্ৰতি ১২ বছৰৰ মুৰত ইয়াত মহা কুম্ভমেলা হয়৷