পৰম্পৰাগতপৰম্পৰাবাদ

পৰম্পৰাগতভাৱে (Assamese) [ Roman: po.rom.po.ra.go.to.va.be]
adv: পৰম্পৰাগত
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-08-14
1. (Adverb) according to tradition, i.e. the continuing pattern of culture beliefs or practices পৰম্পৰা অৰ্থাৎ বহুকাল ধৰি প্ৰচলিত সামাজিক ৰীতি, বিশ্বাস বা কাৰ্য্য-ব্যৱস্থা অনুসৰি