পৰহিৰপৰাংমুখ

পৰা (Assamese) [ Roman: po.ra.]
1. (Adposition) Used before the place, thing, person, time etc that is the point at which an action, journey, period of time etc begins. স্থান, বস্তু, মানুহ, সময় আদিৰ আগত বহি কোনো কাম, ভ্ৰমণ, সময়ৰ অন্তৰাল আদিৰ আৰম্ভনি বুজায়৷
English: from,
Assamese: পৰা,
Bodo: फ्राय,
Meeteilon: dgee,
Karbi: Pen,
Dimasa: niprang, nising,
Deori: চ্চালে,
Hajong: থকন

2. (Proper Adj.-Neuter) Having dropped by the force of gravity. মাধ্যাকৰ্ষণ শক্তিৰ বাবে পৰি যোৱা ৷