পৰিকাঠামোপৰিকেন্দ্ৰ পৰিকাৰ (Assamese) [ Roman: po.ri.kar.] 1. (Abstract Noun) any means of curing a disease কোনো বেমাৰ ভাল কৰিবলৈ বা আহুকাল দূৰ কৰিবলৈ কৰা ব্যৱস্থা English: cure, remedy, Assamese: দিহা, নিৰাময়, প্ৰতিকাৰ, প্ৰতিবিধান, পৰিকাৰ, Khasi: ka dawai, Nagamese: arugyo, Deori: উপাই, কুচিৰিDifferent POS: a. Proper Adj.-Neuter: curative, remedial, আৰোগ্যকাৰী, নিৰাময়ক, নিৰাময়কাৰী...