ফঙ্ দিন্ফচল সংগ্ৰহ

ফচল (Assamese) [ Roman: pho.sol Origin: ফা. (হেম১৩)]
Contributed by: Biraj Kumar Kakati on 2008-03-06
1. (Proper Noun-Neuter) The cultivated produce of the ground, while growing or when gathered খেতিৰ উৎপন্ন, খেতিৰ পৰা হোৱা গুটি, পাত, ঠাৰি, মূল ইত্যাদি|
English: crop,
Assamese: ফচল, শইচ, শস্য, শহ,
Bodo: आबाद फिथाइ, धुति,
Mising: ali-ango,
Garo: aksota, aksote gala,
Hindi: फ़सल

Example Sentences:

1. এইবাৰ খেতিৰ উন্নত মানৰ ফচল উৎপাদন হৈছে।