ফচল সংগ্ৰহফচৌ

ফচহু (Assamese) [ Roman: pho.so.hu]
Contributed by: Biraj Kumar Kakati on 2008-03-06
Ref: আধুনিক অসমীয়া শব্দকোষ
1. (Proper Adj.-Neuter) without any value or merit কোনো মূল্য নথকা
English: nugatory, worthless,
Assamese: অনাত্মা, অন্তঃসাৰশূন্য, অশ্বাশ্বত, আউফা bo , ফচহু, বাৰেবিংকৰা, ভচহু, মূল্যহীন, লাকলঙীয়া,
Bodo: फेलें,
Garo: cholija,
Deori: আচ্তু, বকৰা, লাপি-লুপা

Example Sentences:

1. সি কিছুমান ফচহু কথা কৈ সকলোকে আমনি কৰি আছে।