ফেহুঁফেৰ কটা

ফেৰ (Assamese) [ Roman: pher]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-11
1. (Material Noun-Neuter) The circumference of a long cloth used as a garment. চাদৰ, ধূতি আদিৰ মেৰ বা পাক ৷
Assamese: ঘেৰ, ফেৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Ref: চন্দ্ৰকান্ত অভিধান
2. (Abstract Noun) changes of fortune ভাগ্য বা কপালৰ গতি
English: vicissitude,
Assamese: ফেৰ

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Ref: চন্দ্ৰকান্ত অভিধান
3. (Abstract Noun) a difference of weight on a scale between the two sides of a scale তৰ্জ্জু আদিৰ এফালতকৈ আনফালৰ ভাৰৰ কম বেছ
English: imbalance,
Assamese: ফেৰ, হেৰফেৰ