বংগোবংশ

বংগোপসাগৰ (Assamese) [ Roman: bong.go`.po.xa.gor]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-25
1. (Proper Noun-Neuter) Largest bay in the world. Which is bounded by Burma and the Andaman and Nicobar Islands to the east, India and Sri Lanka to the west, Bangladesh and West Bengal to the north and Indian ocean to the south. It is looks like triangler shaped . পৃথিৱীৰ সৰ্ব্ববৃহত্ উপসাগৰ৷ ইয়াৰ পূৱ দিশত বাৰ্মাদেশ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ, পশ্চিমত ভাৰতৱৰ্ষ আৰু শ্ৰীলঙ্কা, উত্তৰত বাংলাদেশ আৰু পশ্চিম বঙ্গ, দক্ষিণত ভাৰত মহাসাগৰ আছে৷